Advertisement

Snowfall in Guwahati, Temperature drops to -10 °C !

Snowfall in Guwahati, Temperature drops to -10 °C ! গুৱাহাটীত এতিয়া মাইনাছ ১০ ডিগ্ৰী ছেলছিয়াছ। বৰফ পৰিছে গুৱাহাটীত। হয় আপুনি ভুল শুনা নাই, গুৱাহাটীত এতিয়া থক থককৈ কঁপিবলগীয়া অৱস্থা। যদিহে আপুনি গৰমত ইচাট-বিচাট কৰি আছে তেনেহ’লে গুৱাহাটীলৈ আহক। গছ-বন, ঘৰ-দুৱাৰ সকলো বৰফৰ বগা আচ্ছাদনে ঢাকি পেলাইছে। জেকেট, জোতা পৰিধান কৰিও ঠাণ্ডাৰ পৰা ৰক্ষা পোৱা নাই মানুহে।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Frozen Planet,Frozen Planet Guwahati,Snow In Guwahati,Snow Themed Park,Assam News,Guwahati News,Assam,News Live Assam,News Live,

Yorum Gönder

0 Yorumlar