Advertisement

Foreigners excluded from NRC will be driven out of India: Amit Shah

Foreigners excluded from NRC will be driven out of India: Amit Shah NRCৰ পৰা নাম বাদ পৰা বিদেশীয়ে এৰিব লাগিব ভাৰত। দেশৰ পৰা বহিষ্কাৰ কৰা হ’ব বিদেশী ঘোষিত ব্যক্তিক। বিদেশীক বহিষ্কাৰ কৰাৰ ব্লুপ্ৰিণ্ট কেন্দ্ৰীয় চৰকাৰৰ হাতত। গুৱাহাটীত নেডাৰ অভিৱৰ্তনত ভাগ লৈ এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত থাকিব বুলি আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,NRC Assam,Assam NRC,Amit Shah,Amit Shah NEDA Conclave,Amit Shah NRC,CAB,Assam News,Guwahati News,Assam,News Live,

Yorum Gönder

0 Yorumlar