Advertisement

How to Make Chulha - Natural & Moveable Clay Stove making w Wood কাঠ আৰু মাটিৰ চৌকা | জুইশাল | মেৰাম

How to Make Chulha - Natural & Moveable Clay Stove making w Wood কাঠ আৰু মাটিৰ চৌকা | জুইশাল | মেৰাম In this video I have shown you how I have made a natural and movable clay stove (chula) in wooden frame.
Length...Two (02) Feet,
Breath...One and half (1.5) Feet,
Height...Six Inches (03+03).(Top+Button).

কাঠৰ ফ্ৰেমত গোবৰ মাটিৰে ইটা বহুৱাই এটা চৌকা সাজিলো ৷
তিনি ইঞ্চি ওখ ডেৰ ইঞ্চি বহল তিনিটা বীটৰ ওপৰত এক ইঞ্চি ডাঠ তক্তাৰে পীৰাখন সাজি ললো ৷ এক ইঞ্চি বহল তিনি ইঞ্চি ওখ চাৰিওফালে কাঠৰ বেৰা দিলো ৷ ডেৰফুট বহল দুইফুট দীঘল পীৰাখনৰ তলিখনত প্লেইনচীট বহুৱাই বালি আৰু গোবৰ মাটিৰে ইটা বহুৱাই চৌকাটো সম্পূৰ্ণ কৰিলো ৷ লৈ ফুৰিব পৰা আৰু এটা সহজ চৌকা দেখুৱালো ৷ এতিয়া সুবিধা অনুযায়ী নিজৰ ইচ্ছামতে চৌকাটো ইঠাইৰপৰা সিঠাইলৈ লৈ যাব পাৰে ৷
এনেকুৱা এটা চৌকা থাকিলে শীতৰ ৰাতি নেসেমেকে ৷

Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.

মেৰাম

Yorum Gönder

0 Yorumlar